When was the capital of Assam shifted from Shivsagar (Rangpur) to Jorhat?

Rang Ghar Sibsagar, Sivasagar, Assam
অসমৰ ৰাজধানী শিৱসাগৰৰ (ৰংপুৰ) পৰা যোৰহাটলৈ কেতিয়া স্থানান্তৰ কৰা হৈছিল ?


(ক) ১৭৯৪ চনত 
(a) In 1794

(খ) ১৮২০ চনত
(b) In the 1820s

(গ) ১৫৬৭ চনত 
(c) In 1567

(ঘ) ১৬৯৭ চনত
(d) In 1697




উত্তৰঃ (ক)
Answer: (a)

ব্যাখ্যাঃ ১৭৯৪ চনত আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহই শিৱসাগৰৰ (ৰংপুৰ) পৰা যোৰহাটলৈ ৰাজধানী স্থানান্তৰ কৰিছিল ।


Explanation: In 1794, the Ahom king Gaurinath Singh shifted his capital from Shivsagar (Rangpur) to Jorhat.

Post a Comment

0 Comments