Who was the first Assamese to fight against the British?

First Assamese to fight against British
ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমজন অসমীয়া কোন আছিল ?

(ক) মণিৰাম দেৱান

(a) Maniram Dewan


(খ) গমধৰ কোঁৱৰ

(b) Gomdhar Konwar


(গ) পিয়লি ফুকন

(c) Piyali Phukan


(ঘ) কুশল কোঁৱৰ

(d) Kushal Konwar


উত্তৰ: (খ) 

Answer: (b)


ব্যাখ্যাঃ ইংৰাজৰ বিৰুদ্ধে প্রথম উল্লেখনীয় বিদ্রোহ গমধৰ কোঁৱৰে ১৮২৮ চনত আৰম্ভ কৰিছিল । অৱশ্যে এই বিদ্রোহ বিফল হ'ল। গমধৰ কোঁৱৰক সাত বছৰৰ কাৰাদণ্ড বিহা হৈছিল ।


Explanation: The first significant rebellion against the British was launched by Gomdhar Konwar in 1828. However, this rebellion failed. Gamdhar Konwar was sentenced to seven years in prison.

Post a Comment

0 Comments