The Preamble of the Indian Constitution was amended by -

The Preamble of the Indian Constitution was amended by -
ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা ইয়াৰ দ্বাৰা সংশোধন কৰা হৈছিল -


ক) ৪২ তম্ সংশোধনী আইন

a) 42 nd Amendment Act


খ) ৪৬ তম্ সংশোধনী আইন

b) 46 th Amendment Act


গ) ৪৮ তম্ সংশোধনী আইন

c) 48 th Amendment Act


ঘ) ইয়াক কেতিয়াও সংশোধনী কৰা হোৱা নাছিল 

d) It was never amended



উত্তৰ : (ক)

Ans : (a)



ব্যাখ্যাঃ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা এতিয়ালৈকে মাত্ৰ এবাৰহে অৰ্থাৎ ১৯৭৬ চনত ৪২ সংখ্যক সাংবিধানিক সংশোধনী আইনৰ দ্বাৰা সংশোধন কৰা হৈছে, য’ত প্ৰস্তাৱনাত তিনিটা নতুন শব্দ – সমাজবাদী (Socialist), ধৰ্মনিৰপেক্ষ (Secular) আৰু অখণ্ডতা (Integrity) – সংযোজন কৰা হৈছে।



Explanation : The Preamble of the Indian constitution has been amended only once so far, in 1976, by the 42nd Constitutional Amendment Act, which added three new words – Socialist, Secular and Integrity – to the Preamble.

Post a Comment

0 Comments