In which year was the Guwahati Tea Auction Center established?

Guwahati Tea Auction Centre
গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কোন চনত স্থাপিত হৈছিল ?

(ক) ১৯৭০ চনত 

(a) In the 1970s


(খ) ১৯৬০ চনত

(b) In the 1960s


(গ) ১৯৬৫ চনত 

(c) In 1965


(ঘ) ১৯৬২ চনত

(d) In 1962





উত্তৰঃ (ক)

Answer: (a)


ব্যাখ্যা : অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত উৎপাদিত চাহৰ উন্নতি বাণিজ্যিকীকৰণৰ বাবে ১৯৭০ চনত গুৱাহাটীত চাহ নিলাম কেন্দ্র স্থাপন কৰা হয়। ই হৈছে পৃথিৱীৰ দ্বিতীয় বৃহত্তম চি টি চি চাহ নিলাম কেন্দ্র । বর্তমানে এই কেন্দ্রই বছৰি ১৫০ নিযুত কিলোগ্ৰাম চাহ নিলাম কৰে, যাৰ বজাৰ মূল্য ৫৫০ কোটি টকা।


Explanation: The Tea Auction Center was established in Guwahati in 1970 to promote and commercialize the tea produced in Assam and the entire North East. It is the second largest CTC tea auction center in the world. Currently, the center auctions 150 million Kg teas annually with a market value of Rs 550 crore.

Post a Comment

0 Comments