Who built Dhodar Ali?

Dhodar Ali
 ধোদৰ আলি কোনে নিৰ্মাণ কৰোৱাইছিল ?

(ক) গদাধৰ সিংহ 

(a) Gadadhar Singh


(খ) ৰুদ্ৰ সিংহ

(b) Rudra Singh


(গ) শিৱ সিংহ

(c) Shiva Singh


(ঘ) পুৰন্দৰ সিংহ

(d) Purandar Singh





উত্তৰঃ (ক)

Answer: (a)


ব্যাখ্যা : অসমৰ বিখ্যাত পথ ধোদৰ আলি আহোম স্বৰ্গদেউ গদাধৰ সিংহই (১৬৮১-১৬৯৬) নিৰ্মাণ কৰোৱাইছিল ১৬৮৭ চনত। ধোদৰ আলিয়ে গোলাঘাটৰ দক্ষিণ-পূব কমাৰগাঁৱৰ পৰা নামৰূপৰ সমীপৰ জয়পুৰক স্পৰ্শ কৰিছে। এই পথৰ দৈৰ্ঘ্য ১৮৫ কিলোমিটাৰ (১১৫ মাইল)। ৰজাঘৰীয়া দায়িত্বৰ পৰা হাত সাৰিবলৈ ধোদৰ ভাও ধৰা লোকসকলক বলপূর্বক ৰজাই এই কামত নিয়োগ কৰিছিল, যাৰ বাবে পথটোৰ নাম হল ধোদৰ আলি ।

Explanation: Dhodar Ali, the famous road in Assam, was built in 1687 by the Ahom king Gadadhar Singh (1681-1696). Dhodar Ali touches Jaipur near Namrup from Kamargaon in southeastern Golaghat. The route is 185 kilometers (115 miles) long. The king forcibly employed people who pretended to be dhodars to avoid royal responsibilities, hence the name Dhodar Ali.

Post a Comment

0 Comments