![]() |
অলিম্পিকত ব্যক্তিগত পদক লাভ কৰা প্ৰথমজন ভাৰতীয় কোন? |
ক) মিলখা সিং
a) Milkha Singh
খ) পি টি উষা
b) PT Usha
গ) কৰ্ণাম মল্লেশ্বৰী
c) Karnam Malleshwari
ঘ) কে ডি জাধৱ
d) KD Jadhav
উত্তৰঃ (ঘ)
Ans : (d)
ব্যাখ্যাঃ অলিম্পিকত ব্যক্তিগত পদক লাভ কৰা স্বাধীন ভাৰতৰ প্ৰথমগৰাকী খেলুৱৈ আছিল কে ডি জাধৱ।
তেওঁ ১৯৫২ চনৰ হেলচিংকি অলিম্পিকত মল্লযুঁজত ব্ৰঞ্জৰ পদক লাভ কৰিছিল ।
Explanation: K D Jadhav was India's first athlete from independent India to win an individual medal in the Olympics.
Jadhav won a bronze medal in wrestling at the 1952 Helsinki Olympics.
0 Comments