In Indus Valley Civilization, the script was :

In Indus Valley Civilization, the script was
সিন্ধু উপত্যকা সভ্যতাৰ লিপি আছিল :


(a) Kharosthi
(ক) খাৰোষ্ঠী

(b) Brahmi
(খ) ব্ৰাহ্মী

(c) Boustrophedus
(গ) বৌষ্ট্ৰফেডাছ

(d) None of these
(ঘ) এটাও নহয়


উত্তৰ: (গ) বৌষ্ট্ৰফেডাছ

Ans. (c) Boustrophedus




ব্যাখ্যা: সিন্ধু উপত্যকা সভ্যতাৰ লিপিক চিত্ৰকল্প বুলি গণ্য কৰা হয় কাৰণ এই লিপিৰ চিহ্নবোৰে চৰাই, মাছ আৰু মানুহৰ ৰূপক সূচায়। সিন্ধু উপত্যকা সভ্যতাৰ লিপিটো আছিল বৌষ্ট্ৰফেডন (boustrophedon), এটা শাৰীত সোঁফালৰ পৰা বাওঁফাললৈ আৰু পিছৰ শাৰীত বাওঁফালৰ পৰা সোঁফাললৈ লিখা হৈছিল। এই লিপিৰ চিহ্ন সংখ্যা ৪০০ৰ পৰা ৬০০ৰ ভিতৰত বুলি কোৱা হয়।এতিয়ালৈকে ইয়াক পঢ়িব পৰা হোৱা নাই। 



Explanation: The IVC script is regarded as pictographic since its signs represent birds, fish and a verity of human forms. The script was boustrophedon, written from right to left on one line and then from left to right in the next line. The number of signs of the IVC script is known to be between 400 and 600. It is not deciphered yet.

Post a Comment

0 Comments