নিম্নলিখিত কোনখন চহৰত প্ৰথম বৌদ্ধ পৰিষদ অনুষ্ঠিত হৈছিল ? |
ক) নালন্দা
a) Nalanda
খ) গয়া
b) Gaya
গ) ৰাজগৃহ
c) Rajgriha
ঘ) বোধগয়া
d) Bodh Gaya
উত্তৰঃ (গ)
Ans: (c)
ব্যাখ্যাঃ
👉 ৰাজগৃহৰ সত্তাপানী গুহা (Sattapani cave) ত অনুষ্ঠিত হয় এই পৰিষদ। ৰজা অজাতশত্ৰুৰ সহযোগত সন্ন্যাসী মহাকাশ্যপে ইয়াৰ সভাপতিত্ব কৰিছিল ।
👉 বুদ্ধৰ শিক্ষা (সুত্ত) আৰু শিষ্যসকলৰ বাবে নিয়ম-নীতি সংৰক্ষণৰ উদ্দেশ্যে এই পৰিষদ অনুষ্ঠিত হৈছিল।
👉 এই পৰিষদৰ সময়ত বুদ্ধৰ শিক্ষাক তিনিটা পিটক(Pitakas) ত বিভক্ত কৰা হৈছিল।
👉 আনন্দই সুত্ত (Sutta) পাঠ কৰিছিল আৰু বিনয় (Vinaya) উপলীয়ে (Upali) পাঠ কৰিছিল।
Explanation:
👉 The council was held in the Sattapani cave at Rajgriha. It was presided by Mahakasyapa, a monk with the support of king Ajathasatru.
👉 The council was held with the purpose of preserving Buddha's teachings (Sutta) and rules for disciples.
👉 During this council, the teachings of Buddha were divided into three Pitakas.
👉 The Suttas were recited by Ananda, and the Vinaya was recited by Upali.
0 Comments