Who participated in the famous Dandi March of Assam?

Dandi March
অসমৰ কোনে বিখ্যাত দাণ্ডি যাত্ৰাত ভাগ লৈছিল ?


(ক) লীলাধৰ বৰুৱা

(a) Liladhar Baruah


(খ) নবীন চন্দ্ৰ বৰদলৈ

(b) Naveen Chandra Bardoloi


(গ) তৰুণৰাম ফুকন

(c) Tarun Ram Phukan


(ঘ) কুলধৰ চলিহা 

(d) Kuldhar Chaliha



উত্তৰ: (ক)

Answer: (a)


ব্যাখ্যাঃ মহাত্মা গান্ধীৰ আহ্বানক্রমে লীলাধৰ বৰুৱাই (১৯০৮-১৯৭২) দাণ্ডি যাত্ৰাত (১৯৩০) ভাগ লৈছিল । তেওঁ দীর্ঘকাল স্বাধীনতা সংগ্রামত অংশগ্ৰহণ কৰিছিল।


Explanation: Liladhar Baruah (1908-1972) participated in the Dandi March (1930) at the invitation of Mahatma Gandhi. He participated in the freedom struggle for a long time.

Post a Comment

0 Comments