Navagraha Temple is located on the top of which hill in Guwahati?

Navagraha Temple
নৱগ্ৰহ মন্দিৰ গুৱাহাটীৰ কোনটো পাহাৰৰ শিখৰত অৱস্থিত ?


(ক) নীলাচল

(a) Nilachal


(খ) চিত্ৰাচল

(b) Chitrachal


(গ) কালাপাহাৰ

(c) Kalapahar


(ঘ) জাপৰিগোগ

(d) Japrigog



উত্তৰ: (খ)

Answer: (b)


ব্যাখ্যাঃ নৱগ্ৰহ হৈছে নটা গ্ৰহৰ মন্দিৰ আৰু ই পূব গুৱাহাটীৰ চিত্ৰাচল পাহাৰৰ শিখৰত অৱস্থিত। এই মন্দিৰ জ্যোতিষশাস্ত্ৰ আৰু জ্যোতি-বিদ্যাৰ বাবে জনাজাত আছিল। এইবাবেই গুৱাহাটীক প্ৰাগজ্যোতিষপুৰ বা জ্যোতিষশাস্ত্ৰৰ পূব চহৰ হিচাপে জনা যায়।


Explanation: Navagraha is the temple of the nine planets and is located on the top of the Chitrachal Hills in eastern Guwahati. This temple was known for astrology. This is why Guwahati is known as Pragajyotispur or the eastern city of astrology.

Post a Comment

0 Comments