In which year did the Ahoms enter the Brahmaputra Valley?

Sukapha
আহোমসকলে কোন চনত ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল ?


(ক) ১২২০ চনত 

(a) In 1220


(খ) ১২২৫ চনত

(b) In 1225


(গ) ১২২৮ চনত 

(c) In 1228


(ঘ) ১১৩০ চনত

(d) In the 1130s



উত্তৰ : (গ)

Answer: (c)


ব্যাখ্যাঃ ত্রয়োদশ শতিকাত চুকাফাই এদল সহযোগীৰ সৈতে পাটকাই পাহাৰত থিতাপি লৈছিল । তেওঁ আছিল উজনি ব্ৰহ্মদেশৰ (এতিয়াৰ ম্যানমাৰ) মওলুঙৰ ৰাজকোঁৱৰ। ১২২৮ চনত তেওঁ নগা সাম্ৰাজ্যৰ সীমা অতিক্ৰম কৰি অসমত প্ৰৱেশ কৰে ।


Explanation: In the 13th century, Sukapha settled in the Patkai Hills with a group of associates. He was the prince of Maolung in southern Burma (now Myanmar). In 1228, he crossed the borders of the Naga Empire and entered Assam.

Post a Comment

0 Comments