Who killed Badan Chandra Barphukan ?

Badan Chandra Barphukan
বদন চন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিল ?


(ক) গমধৰ কোঁৱৰ

(a) Gamdhar Konwar


(খ) ৰূপছিং চুবেদাৰ

(b) Rupsing Subedar


(গ) মাধৱ তামূলী

(c) Madhav Tamuli


(ঘ) ভোটাই ডেকা 

(d) Votai Deka



উত্তৰ: (খ)

Answer: (b)


ব্যাখ্যাঃ অসমলৈ মান অনাৰ বাবে বদন চন্দ্ৰ বৰফুকনক বিশ্বাসঘাতক হিচাপে অভিহিত কৰা হয়। তেওঁ আহোম সাম্ৰাজ্যৰ নামনি অসমৰ বৰফুকন (প্রধানমন্ত্রী) আছিল। তেওঁ ১৮১৮ চনত ৰূপছিং চুবেদাৰৰ হাতত প্ৰাণ হেৰুৱায়।


Explanation: Badan Chandra Barphukan is called a traitor for bringing the Burmese army to Assam. He was the Barphukan (Prime Minister) of lower Assam of the Ahom Empire.  He died in 1818 at the hands of Rupsing Subedar.

Post a Comment

0 Comments