Who was the last king of the Chutia kingdom ?

chutia kingdom
চুতীয়া ৰাজ্যৰ অন্তিমজন ৰজা কোন আছিল ?


(ক) নীতিপাল 

(a) Nitipal


(খ) বীৰপাল

(b) Birpal


(গ) ৰতনপাল 

(c) Ratanpal


(ঘ) বিষ্ণুপাল

(d) Vishnupal



উত্তৰঃ (ক) 

Answer: (a)


ব্যাখ্যাঃ অষ্টমজন চুতীয়া ৰজা ধীৰনাৰায়ণ বা ধৰ্মৰাজৰ এটি পুত্ৰ সাধক নাৰায়ণ আৰু কন্যা সাধনী। বৃদ্ধাৱস্থাত তেওঁ জোঁৱাই নিতাই বা নীতিপালক ৰাজ্য গতাই দিয়ে। পৰৱৰ্তী সময়ত নীতিপালৰ দুৰ্বল শাসনৰ ফলত আহোম ৰজা চুহুংমুং বা দিহিঙিয়া ৰজাই চুতীয়া ৰাজ্য দখল কৰে আৰু চুতীয়া ৰাজ্য আহোমৰ অধীন হয়। সাধনী আৰু নীতিপালে আত্মহত্যা কৰে ৷


Explanation: The eighth Chutia king, Dhirnarayan or Dharmaraj, had a son named Sadhak Narayan and a daughter named Sadhini. In his old age, he handed over the kingdom to his son-in-law Nitai or Nitipal. Later, due to the weak rule of Nitipal, the Ahom king Chuhungmung or Dihingia conquered the Chutia kingdom and the Chutia kingdom fell under the Ahom. Sadhini and Nitipal committed suicide.

Post a Comment

0 Comments