When did Assam fall under the British?

British Empire’s first entry into Assam
অসম কেতিয়া ইংৰাজৰ অধীন হয় ?

(ক) ১৮২৪ চনত 

(a) In 1824


(খ) ১৮২২ চনত

(b) In 1822


(গ) ১৮২৬ চনত 

(c) In 1826


(ঘ) ১৮১৭ চনত

(d) In 1817


উত্তৰ : (গ)

Answer: (c)


ব্যাখ্যাঃ৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত ম্যানমাৰৰ ইয়াণ্ডাবুত ইংৰাজ আৰু ম্যানমাৰৰ ৰজাৰ (মান ৰজা) মাজত চুক্তি স্বাক্ষৰ হৈছিল; ইয়াক ইয়াণ্ডাবু সন্ধি নামেৰে জনা যায়। এই সন্ধিৰ ফলত অসম ইংৰাজৰ অধীন হয় আৰু ৬০০ বছৰীয়া গৌৰৱময় আহোম শাসনৰ যৱনিকা পৰে ।


Explanation: On 24 February 1826, a treaty was signed between the British and the King of Myanmar (Burma Raja) at Yandabu, Myanmar; This is known as the Treaty of Yandaboo. The treaty brought Assam under the British rule and ended 600 years of glorious Ahom rule.

Post a Comment

0 Comments