In which year was the wild tea tree discovered in Assam?

wild tea
কোন চনত অসমত বনৰীয়া চাহ গছ আৱিষ্কৃত হৈছিল ?



(ক) ১৮২৩ চনত
(a) In 1823

(খ) ১৮৩১ চনত
(b) In 1831

(গ) ১৮৩৬ চনত
(c) In 1836

(ঘ) ১৮৫৬ চনত
(d) In 1856





উত্তৰঃ (ক)
Answer: (a)

ব্যাখ্যা : ইংৰাজ সামৰিক বিষয়া ৰবাৰ্ট ব্ৰুচক ১৮২৩ চনত অসমত চাহ গছৰ আৱিষ্কাৰক বুলি স্বীকৃতি দিয়া হৈছে । তেওঁ চিংফৌসকলৰ  সিজোৱা চাহ পান প্ৰত্য়ক্ষ কৰি চাহ গছৰ বিষয়ে প্ৰচাৰ কৰিছিল । সেই পানীয় স্থানীয়ভাৱে 'ফানাপ' বা 'ফিনাপ' নামেৰে জনাজাত আছিল ।


Explanation: The British military officer Robert Bruce is credited with discovering the tea tree in Assam in 1823.  He spread the word about the tea tree by observing the cooked tea of ​​the Tsingfao people. The drink was locally known as 'fanap' or 'finap'.

Post a Comment

0 Comments