Who was the first Assamese President of India?

ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল ?


(ক) ভি ভি গিৰি

(a) V. V. Giri


(খ) ফখৰুদ্দিন আলি আহমেদ

(b) Fakhruddin Ali Ahmed


(গ) ডঃ জাকিৰ হুছেইন

(c) Dr. Zakir Hussain


(ঘ) গিয়ানী জাইল সিং

(d) Giani Zail Singh





উত্তৰ : (খ)

Answer: (b)


ব্যাখ্যাঃ ফখৰুদ্দিন আলি আহমেদে ১৯৭৪ চনৰ ২৪ আগষ্টৰ পৰা ১৯৭৭চনৰ ১১ ফেব্ৰুৱাৰীলৈ ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।


Explanation: Fakhruddin Ali Ahmed served as the President of India from 24 August 1974 to 11 February 1977.

Post a Comment

0 Comments