The Special Women Commando Force formed by the Government of Assam is

Women Commando
অসম চৰকাৰে গঠন কৰা বিশেষ মহিলা কমাণ্ডো বাহিনী হৈছেঃ


(ক) বীৰাংগনা
(a) Veerangana

(খ) নিৰ্ভয়া
(b) Nirvaya

(গ) স্ত্রীবল
(c) Stribal

(ঘ) নাৰীবল
(d) Naribal






উত্তৰ : (ক)

Answer: (a)



ব্যাখ্যা : নাৰীজনীত অপৰাধ ৰোধৰ বাবে অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ২০১২ চনৰ ৯ নৱেম্বৰত গুৱাহাটীত বিশেষ মহিলা কমাণ্ডো বাহিনী 'বীৰংগনা' গঠনৰ বিষয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰে। বীৰাংগনা বাহিনী মার্কিন মেৰিন কমাণ্ডোৰ দৰে ‘ছাইলেণ্ট ড্রিল'ৰ উপৰি সমৰকলা, মটৰ চাইকেল চালনা, ঘোঁৰা দৌৰ আৰু ধাতৱ অস্ত্ৰ চালনাৰ প্ৰশিক্ষণপ্রাপ্ত।

Explanation: The Chief Minister of Assam Tarun Gogoi formally announced the formation of Special Women Commando Force 'Veerangana' in Guwahati on 9 November 2012 to prevent crimes against women. The Veerangana's are trained in martial arts, motorcycle riding, horse racing and metal weapons in addition to silent drills like the US Marine Commandos.

Post a Comment

0 Comments