The World famous Borobudur Temple is situated in:

Borobudur_Temple
বিশ্ববিখ্যাত বড়োবুদুৰ মন্দিৰ অৱস্থিত:


ক) ভিয়েটনাম

a) Vietnam 


খ) ইণ্ডোনেছিয়া

b) Indonesia 


গ) কম্বোডিয়া

c) Cambodia 


ঘ) জাপান

d) Japan 



উত্তৰ : (খ)

Ans : (b)


 ব্যাখ্যাঃ ইণ্ডোনেছিয়াৰ জাভা দ্বীপৰ মুন্টিলানৰ ওচৰত অৱস্থিত বড়োবুদুৰ মন্দিৰ হৈছে মহায়ানা বৌদ্ধ মন্দিৰ।

 

 👉 শৈলেন্দ্ৰ বংশৰ শাসনকালত (৬৫০-১০২৫ খ্ৰীষ্টাব্দ) ইয়াক নিৰ্মাণ কৰা হৈছিল।

 👉 ই বিশ্বৰ সৰ্ববৃহৎ বৌদ্ধ মন্দিৰ।

 👉 UNESCO এ ১৯৯১ চনত বড়োবুদুৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ (World Heritage Site) হিচাপে চিহ্নিত কৰে।


Explanation: The temple of Borobudur is a Mahayana Buddhist temple located close to Muntilan on the island of Java in Indonesia.

 

👉 It was built during the rule of the Shailendra dynasty (650-1025 CE).

👉 It is the world's largest Buddhist temple.

👉 UNESCO designated Borobudur as a World Heritage Site in 1991.

Post a Comment

0 Comments