In which year was the Digboi oil field discovered in Assam?

Digboi oil refinary
অসমত ডিগবৈ তৈলক্ষেত্র কোন চনত আৱিষ্কৃত হৈছিল ?

(ক) ১৬৮৯ চনত

(a) In 1689

(খ) ১৭৮৯ চনত
(b) In 1789

(গ) ১৮৮৯ চনত 
(c) In 1889

(ঘ) ১৯০১ চনত
(d) In 1901





উত্তৰ : (গ)

Answer: (c)

ব্যাখ্যা : অসম হৈছে দেশৰ প্ৰথম ৰাজ্য য'ত ১৮৮৯ চনত ডিগবৈত খাৰুৱা তেলৰ সন্ধান পোৱা গৈছিল। ১৯৩৮ চনত নাহৰকটীয়া- হুগ্ৰীজান অঞ্চলৰ দিহিং উপত্যকাতো তেল আৱিষ্কৃত হয়। ক্ৰমে ১৯৬৫ চনত মৰাণত আৰু লাকুৱাত, ১৯৬১ চনত ৰুদ্ৰসাগৰত, ১৯৬৮ চনত গেলেকিত, ১৯৭০ চনত বৰহোলাত, ১৯৭১ চনত আমগুৰিত, ১৯৭৩ চনত চাংপঙত, ১৯৭৪ চনত চাৰিআলিত আৰু ১৯৮৬ চনত নামতিত তেলৰ সন্ধান ওলাইছিল ।

Explanation: Assam is the first state in the country where crude oil was discovered at Digboi in 1889. In 1938, oil was also discovered in the Dihing Valley in the Naharkatia-Hugrijan region. Oil was discovered at Maran and Lakua in 1965, Rudrasagar in 1961, Geleki in 1968, Barhola in 1970, Amguri in 1971, Changpong in 1973, Chariali in 1974 and Namti in 1986 respectively.

Post a Comment

0 Comments