তলৰ কোনটো আন্তঃৰাষ্ট্ৰীয় সংস্থাই ‘শৰণাৰ্থী’ৰ সৈতে জড়িত ? |
a) UNESCO
b) UNICEF
c) UNHCR
d) UNCTAD
Ans : (c)
ব্যাখ্যাঃ UNHCR (United Nations High Commissioner for Refugees), বা ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সংস্থা হৈছে এনে এক সংস্থা যিয়ে শৰণাৰ্থী, বলপূৰ্বকভাৱে স্থানচ্যুত সম্প্ৰদায় আৰু ৰাষ্ট্ৰহীন লোকসকলক সুৰক্ষা প্ৰদান কৰে আৰু তেওঁলোকৰ স্বেচ্ছামূলক প্ৰত্যাৱৰ্তন, স্থানীয় সংহতি বা তৃতীয় দেশলৈ পুনৰ সংস্থাপনত সহায় কৰে ।
Explanation : UNHCR (United Nations High Commissioner for Refugees), the UN Refugee Agency, is a United Nations programme with the mandate to protect refugees, forcibly displaced communities and stateless people, and assist in their voluntary repatriation, local integration or resettlement to a third country.
0 Comments