Which Article of the Constitution of India provides for a Uniform Civil Code for citizens ?

Uniform Civil Code
ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত নাগৰিকৰ বাবে "সমান নাগৰিক সংহিতা" (Uniform Civil Code) ৰ ব্যৱস্থা আছে?


(ক) অনুচ্ছেদ ৪২

(a) Article 42


(খ) অনুচ্ছেদ ৪৪

(b) Article 44


(গ) অনুচ্ছেদ ৪৬

(c) Article 46


(ঘ) অনুচ্ছেদ ৪৮

(d) Article 48



উত্তৰঃ (খ)

Answer: (b)



ব্যাখ্যাঃ "সমান নাগৰিক সংহিতা" (Uniform Civil Code) খনত এখন দেশ, এটা নিয়ম (One Country, One Rule) ৰ কথা কোৱা হৈছে, যিটো সকলো ধৰ্মীয় সম্প্ৰদায়ৰ বাবে প্ৰযোজ্য কৰি তুলিব লাগে।  ‘ইউনিফৰ্ম চিভিল কোড’  শব্দটো ভাৰতীয় সংবিধানৰ চতুৰ্থ খণ্ডৰ ৪৪ নং অনুচ্ছেদত স্পষ্টকৈ উল্লেখ আছে।  ৪৪ নং অনুচ্ছেদত কোৱা হৈছে, "ৰাষ্ট্ৰই সমগ্ৰ ভাৰতৰ ভূখণ্ডত নাগৰিকসকলৰ বাবে সমান নাগৰিক সংহিতা প্ৰয়োগ কৰাৰ চেষ্টা কৰিব লাগিব।"


Explanation: Uniform Civil Code resonates with one country one rule, to be applied to all religious communities. The term, ‘Uniform Civil Code’ is explicitly mentioned in Part 4, Article 44 of the Indian Constitution. Article 44 says, “The State shall endeavor to secure for the citizens a uniform civil code throughout the territory of India.” 

Post a Comment

0 Comments