What is Shukladhvaja known by in Assam history?

Shukladhvaja

অসম বুৰঞ্জীত শুক্লধ্বজ কি নামেৰে জনাজাত?


(ক) চিলাৰায়

(a) Chilarai


(খ) প্ৰতাপ বল্লভ

(b) Pratap Ballabh


(গ) ধৰমৰাজ

(c) Dharamraj


(ঘ) সংগ্রামজিৎ

(d) Sangramjit



উত্তৰঃ (ক)

Answer: (a)



ব্যাখ্যাঃ চিলাৰায় আছিল কোঁচ সাম্ৰাজ্যৰ ৰজা নৰনাৰায়ণৰ ভ্ৰাতৃ আৰু কোঁচ ৰাজ্যৰ সেনাধ্যক্ষ তেওঁৰ প্ৰকৃত নাম হ'ল শুক্লধ্বজ। চিলাৰায় আছিল নিপুণ যোদ্ধা আৰু তেওঁ শত্ৰুক চিলাৰ দৰে আক্ৰমণ কৰিছিল। ইয়াৰ বাবে অসম বুৰঞ্জীত তেওঁ চিলাৰায় নামেৰে জনাজাত ।


Explanation: Chilarai was the brother of King Naranarayan of the Konch Empire and the commander of the army of the Konch kingdom. His real name was Shukladhvaja. Chilarai was a skilled warrior and he attacked the enemy like a chila (Eagle). He is known as Chilarai in the history of Assam for this.

Post a Comment

0 Comments