Name the country where the first industrial revolution took place ?

Powerloom_weaving_in_1835
প্ৰথম ঔদ্যোগিক বিপ্লৱ সংঘটিত হোৱা দেশখনৰ নাম কি ?


ক) জাৰ্মানী

a) Germany


খ) ফ্ৰান্স

b) France


গ) আমেৰিকা

c) America


ঘ) ব্ৰিটেইন

d) Britain



উত্তৰঃ (ঘ)

Ans: (d)



ব্যাখ্যাঃ 

👉 ১৭৮০ চনৰ পৰা ১৮৫০ চনৰ ভিতৰত ব্ৰিটেইনত উদ্যোগ আৰু অৰ্থনীতিৰ ৰূপান্তৰক ‘প্ৰথম ঔদ্যোগিক বিপ্লৱ’ (First Industrial Revolution) বুলি কোৱা হয়।  ১৮ শতিকাৰ পৰা ১৯ শতিকালৈকে সংঘটিত হোৱা ঔদ্যোগিক বিপ্লৱ (Industrial Revolution) আছিল এনে এটা সময় য'ত ইউৰোপ আৰু আমেৰিকাত প্ৰধানকৈ কৃষিভিত্তিক, গ্ৰাম্য সমাজ ঔদ্যোগিক আৰু নগৰীয়া (industrial and urban) হৈ পৰিছিল। 

👉 গ্ৰেট ব্রিটেইনত ঔদ্যোগিক বিপ্লৱ আৰম্ভ হৈছিল আৰু বহুতো প্রযুক্তি আৰু স্থাপত্যৰ উদ্ভাৱন (technological and architectural innovation) বৃটিছ মূলৰ আছিল।

👉 এইবোৰে হস্তশিল্প (handicraft) আৰু হস্ততাঁত (handloom) উদ্যোগৰ তুলনাত বৃহৎ পৰিসৰত সামগ্ৰী উৎপাদন সম্ভৱ কৰি তুলিছিল।

👉 দক্ষ (efficient) আৰু যান্ত্ৰিক (mechanized) উৎপাদনৰ মাধ্যমে এতিয়া দেশ-বিদেশ উভয়তে কাপোৰৰ ক্ৰমবৰ্ধমান চাহিদা পূৰণ কৰিবলৈ সক্ষম আছিল।

👉 বস্ত্ৰ উদ্যোগ (textile industry) ৰ সমান্তৰালকৈ লোহা উদ্যোগেও নিজস্ব কিছু উদ্ভাৱন কৰিলে।

👉 দ্ৰুতগতিত বৃদ্ধি পোৱা তীখা (steel) আৰু লোহাৰ উৎপাদনে, ব্ৰিটেইনে বহিঃৰাজ্যত কৰা বহু যুদ্ধৰ দ্বাৰা সৃষ্টি হোৱা চাহিদা পূৰণ কৰিছিল, যেনে নেপোলিয়ন যুদ্ধ (১৮০৩-১৮১৫) আৰু ই ৰেল উদ্যোগৰ বৃদ্ধিত সহায় কৰিছিল।

 

গতিকে, ওপৰৰ পইণ্টবোৰে স্পষ্টকৈ দেখুৱাইছে যে ঔদ্যোগিক বিপ্লৱ প্ৰথমে ব্ৰিটেইনত হৈছিল।



Explanation:

👉 The transformation of industry and the economy in Britain between the 1780s and the 1850s is called the ‘first industrial revolution’. The Industrial Revolution, which took place from the 18th to 19th centuries, was a period during which predominantly agrarian, rural societies in Europe and America became industrial and urban. 

👉 The Industrial Revolution began in Great Britain and many of the technological and architectural innovations were of British origin.

👉 these made it possible to produce goods on a massive scale compared to handicraft and handloom industries.

👉 The efficient and mechanized means of production could now meet the growing demand for cloth both at home and abroad.

👉 Along with the textile industry, the iron industry adopted some innovations of its own as well.

👉 The rapidly expanding steel and iron production fulfilled demands created by many wars that Britain fought overseas, such as the Napoleonic Wars (1803-1815) and it helped in the growth of the railway industry.

 

So, above points clear shows the Industrial revolution first took place in Britain.

Post a Comment

0 Comments