![]() |
"Artificial Intelligence" বা "কৃত্ৰিম বুদ্ধিমত্তা" শব্দটো তলৰ কোনজন বিজ্ঞানীয়ে উদ্ভাৱন কৰিছিল? |
(a)Arthur Samuel (আৰ্থাৰ চেমুৱেল)
(b)Rina Dechter (ৰিনা ডেচটাৰ)
(c)John McCarthy (জন মেককাৰ্থী)
(d)Tim Berner Lee (টিম বাৰ্নাৰ লি)
Answer: (c)John McCarthy (জন মেককাৰ্থী)
Explanation:
- Artificial Intelligence (AI) is a branch of computer science that deals with creating intelligent machines.
- The term AI was first used by John McCarthy in 1956.
- Machine Learning and Deep Learning are subsets of AI.
- Machine Learning was first coined by Arthur Samuel.
- Deep Learning was first used by Rina Dechter in 1986.
- ChatGPT is a product of OpenAI, founded by Samuel Altman and was launched on November 30, 2022 in San Francisco, USA.
ব্যাখ্যা:
- কৃত্ৰিম বুদ্ধিমত্তা (AI) হৈছে কম্পিউটাৰ বিজ্ঞানৰ এটা শাখা যিয়ে বুদ্ধিমত্তাসম্পন্ন যন্ত্ৰ সৃষ্টিৰ সৈতে জড়িত
- ১৯৫৬ চনত জন মেককাৰ্থীয়ে প্ৰথমে AI শব্দটো ব্যৱহাৰ কৰিছিল
- মেচিন লাৰ্নিং আৰু ডিপ লাৰ্নিং AI ৰ উপগোট
- মেচিন লাৰ্নিঙৰ প্ৰথম উদ্ভাৱন কৰিছিল আৰ্থাৰ চেমুৱেলে
- ডিপ লাৰ্নিং প্ৰথম ব্যৱহাৰ কৰিছিল ১৯৮৬ চনত ৰিনা ডেচটাৰে
- চেমুৱেল অল্টমেনে প্ৰতিষ্ঠা কৰা অ’পেনএআইৰ এটা প্ৰডাক্ট চেটজিপিটি আৰু ২০২২ চনৰ ৩০ নৱেম্বৰত আমেৰিকাৰ ছান ফ্ৰান্সিস্কোত মুকলি কৰা হৈছিল।
0 Comments