Which one of the following states is known as 'Garden of Spices'?

Spices
তলৰ কোনখন ৰাজ্যক ‘মছলাৰ বাগিচা’ বুলি জনা যায়?


 ক) কৰ্ণাটক

 a) Karnataka 


 খ) কেৰেলা

 b) Kerala 


 গ) গুজৰাট

 c) Gujarat 


 ঘ) তামিলনাডু

 d) Tamil Nadu 



 উত্তৰ : (খ)

 Ans : (b)


 ব্যাখ্যা: চুমেৰিয়ান ৰেকৰ্ড অনুসৰি কেৰালা খ্ৰীষ্টপূৰ্ব ৩০০০ চনৰ পৰাই মছলাৰ প্ৰধান ৰপ্তানিকাৰক আৰু এতিয়াও ইয়াক "মছলাৰ বাগিচা" (Garden of Spices) বা "ভাৰতৰ মছলাৰ উদ্যান" (Spice Garden of India) বুলি কোৱা হয়।  কেৰালাৰ মছলাবোৰে খ্ৰীষ্টপূৰ্ব ৩য় আৰু ২য় সহস্ৰাব্দত প্ৰাচীন বেবিলনীয়া, অচূৰীয়া আৰু মিশ্ৰ সকলক মালাবাৰ উপকূললৈ আকৰ্ষণ কৰিছিল।


 Explanation: Kerala has been a major spice exporter since 3000 BCE, according to Sumerian records and it is still referred to as the "Garden of Spices" or as the "Spice Garden of India". Kerala's spices attracted ancient Babylonians, Assyrians and Egyptians to the Malabar Coast in the 3rd and 2nd millennia BCE.

Post a Comment

0 Comments